বোকাখাতত চাঞ্চল্যকৰ ঘটনা।যুগলত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।এজন লোকক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা।কোন দুৰ্বৃত্তই লোকজনক হত্যা কৰিলে জানিব পৰা হোৱা নাই।নিহত লোকজনৰ নাম ভায়া ওৰাং।