BOKAKHAT
BOKAKHAT 
অসম

কুৰুৱাবাহীত গঁড়ৰ আক্ৰমণত নিহত এজন...

Asomiya Pratidin
  • বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত অঘটন।

  • গঁড়ৰ আক্ৰমণত নিহত এজন ব্যক্তি।

  • নিহত লোকজন তাৰচন চৌধুৰী (৬০) বুলি জানিব পৰা গৈছে ৷

  • পুৱা খেতি পথাৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় ঘটনাটো।