অসম

বোকাজানৰ পুৰণা লাহৰিজানত প্ৰায় ৪ কোটি টকাৰ ড্ৰাগছ জব্দ…

asomiyapratidin
  • বোকাজানৰ পুৰণা লাহৰিজানত ৪ কোটি টকাৰ ড্ৰাগছ জব্দ।
  • লাহৰিজান আৰক্ষীৰ নাকা তালাচীত জব্দ হয় ৫৮৪ গ্ৰাম হেৰ'ইন।
  • ৪৮ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি।
  • মণিপুৰৰ পৰা গুৱাহাটী অভিমুখি এখন বাছত আনিছিল ড্ৰাগছখিনি।
  • জব্দকৃত বাছখনৰ নম্বৰ এ আৰ-২০-২৭০০।
  • ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ইৰেংবাম ককিল আৰু ইৰেংবাম বাবু সিঙক আটক কৰিছে আৰক্ষীয়ে।
  • দুয়োৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
  • বোকাজান মহকুমা আৰক্ষী জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান।