bokajan lightning
bokajan lightning 
অসম

বোকাজানত ব্ৰজ পৰি মহিলাৰ মৃত্যু...

Asomiya Pratidin
  • বোকাজানত ব্ৰজ পৰি এগৰাকী মহিলাৰ মৃত্যু।

  • বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

  • পথাৰলৈ গৰু আনিবলৈ যাওঁতে ব্ৰজপাত পৰি মৃত্যু হয় মহিলাগৰাকীৰ।

  • মহিলাগৰাকীৰ নাম পুতু মেচ বুলি জানিব পৰা গৈছে।

  • পুতু মেচে স্বামীৰ লগতে পুত্ৰ-কন্যাক এৰি থৈ গৈছে।

  • মৰুণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।