অসম

বঢ়মপুৰ বিধান সভা সমষ্টিৰ কি ফলাফল ? সবিশেষ…

asomiyapratidin

বঢ়মপুৰ বিধান সভা সমষ্টিৰ ৪ জিলা পৰিষদ আৰু ২৪ খন গাঁও পঞ্চায়ত/আঞ্চলিক পঞ্চায়ত সদস্য ৰ তালিকা 
জিলা পৰিষদ ৪খন

  • বিজেপি ১
  • কংগ্ৰেছ ১
  • অগপ ২

গাঁও পঞ্চায়তৰ সভাপতি
বিজেপিৰ দখলত
১২৯ নং কন্দলি
১০৫ নং বালিজুৰি
১০৭ নং হালোৱা গাঁও
১০৮ নং বঢ়মপুৰ
১০৯ নং চাপানলা
৮৯ নং ভোটাই পাঠৰী
৯০ নং ছোটহয়বৰ
৯২ নং ডিফলু
১২৬ নং তেতেলি সৰা
১২৭ নং নামবৰ লালুং গাঁও

অগপৰ দখলত
১০৬ নং বামুনি
১১১ নং কাটনি
১০২ নং উৰিয়া গাঁও
১১২ নং সুতাৰ
১৩১ নং দক্ষিণ ননৈ
১১০ নং নিজ চলচলি
১২৪ নং নিজ কামপুৰ

কংগ্ৰেছৰ দখলত
১০৪ নং পুৰণি গুদাম
৮৮ নং বেঙেনা আটি
৯১ নং ডিমৌগুড়ি
১২৫ নং দেৱ নাৰীকলি
১২৮ নং নিজ কঠীয়াতলী

আঞ্চলিক পঞ্চায়ত ৰ সদস্য
বিজেপিৰ দখলত 
১০৩ নং বৰবাৰী
১০৫ নং বালিজুৰি
১০৭ নং হালোৱা গাঁও
১০৮ নং বঢ়মপুৰ
১০৯ নং চাপানলা
১০৬ নংবামুনি
১২৯ নং কন্দলি
৯০নং ছোটহয়বৰ
৯২ নং ডিফলু
১২৪ নং নিজ কামপুৰ
১২৬ নং তেতেলি সৰা
১২৭ নং নামবৰ লালু‌ং গাঁও

অগপৰ দখলত
১১০ নং নিজ চলচলি
১১১ নং কাটনি
১০২ নং উৰিয়া গাঁও
১১২ নং সুতাৰ গাঁও
১৩১ নং দক্ষিণ ননৈ
৮৯ নং ভোটাই পাঠৰী

কংগ্ৰেছৰ দখল
১০৪ নং পুৰণি গুদাম
৮৮ নং বেঙেনা আটি
৯১ নং ডিমৌগুড়ি
১২৫ নং দেৱ নাৰীকলি
১২৮ নং নিজ কঠীয়াতলী

এখন গাঁও পঞ্চায়তৰ ফলাফল ঘোষণা বাকী আছে