কৰিমগঞ্জৰ এটা মৃতদেহ উদ্ধাৰ।কৰিগঞ্জৰ কায়স্থগ্ৰামত উদ্ধাৰ হয় মৃতদেহটো।মৃত লোকজন বিহাৰৰ মহম্মদ চাবিক আহমেদ বুলি চিনাক্ত।লোকজন ৰে'লৱে চিগনেল কৰ্মী আছিল।বন্ধুৰ লগত কাজিয়াৰ পৰিণতিত হত্যাৰ সন্দেহ।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।