বড়োলেণ্ড

কচাৰী ভেটি টুপ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • দৰং-ওদালগুৰি সীমান্তৰ কচাৰী ভেটি টুপ গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • AS 13 P 8345 নম্বৰৰ বাইকখনৰ সৈতে আন এখন বাইকৰ মুখামুখি সংঘৰ্ষ।

  • শিলবৰী দিশৰ পৰা বৰছলা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত গুৰতৰভাৱে আহত ৩জন।

  • আহতকেইজনৰ পৰিচয় এতিয়ালৈ উদ্ধাৰ হোৱা নাই।

  • ঘটনাস্থলীত ওৰাং আৰু শিলবৰী আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।