ধনৰ বিনিময়ত জোৱা পতাৰ অনুমতি ! গোৱালপাৰাৰ ৪ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ..
ধনৰ বিনিময়ত জোৱা পতাৰ অনুমতি ! গোৱালপাৰাৰ ৪ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ.. 
বড়োলেণ্ড

আৰক্ষীৰ এনকাউণ্টাৰত আহত হত্যাৰ অভিযুক্ত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এই এনকাউণ্টাৰত আৰক্ষীৰ গুলীত আহত হত্যাৰ অভিযুগত অভিযুক্ত শম্ভু কাহাৰ। বুধবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে।

এই গুলীচালনাৰ ফলত ভৰিত গুলীবিদ্ধ হয় অভিযুক্ত শম্ভু কাহাৰ। জানিব পৰামতে, পশ্চিমবংগৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শম্ভু কাহাৰক। উল্লেখ্য যে, তপন চক্ৰৱর্তী নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা এজনৰ হত্যাৰ অভিযুগত অভিযুক্ত শম্ভু কাহাৰ।