অসম

বড়োলেণ্ড সাংবাদিক সন্থাৰ নতুন সমিতিৰ দায়িত্ব গ্ৰহণ…

asomiyapratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়োলেণ্ড সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰা হৈছে। কোকৰাঝাৰ বডোফা নগৰত থকা তথ্য আৰু জনসংযোগ সঞ্চালকালয়, বি টি চিৰ সভাগৃহত শুকুৰবাৰে জাইখলং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সাংবাদিক সন্থাৰ নতুন সমিতি কাৰ্যভাৰ অনুষ্ঠান সম্পন্ন হৈ যায়। সভাত কোকৰাঝাৰ-চিৰাং জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া গগন নাৰ্জাৰীৰ উপস্থিত থাকে। সভাত আবুবাক্কাৰ ছিদ্দিকক সভাপতি আৰু হান্থিগিৰী নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।