অসম

গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO

asomiyapratidin
  • গোৱালপাৰাত ক'লা পতাকাৰ সন্মুখীন ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা।
  • সোমবাৰে 'কা'ৰ বিৰোধিতাৰে মন্ত্ৰীগৰাকীক ক'লা পতাকা প্ৰদৰ্শন আছুৰ।
  • শোলমাৰী-গোৱালপাৰা ৰাজ্যিক ঘাইপথৰ ভালুকডুবিত ক'লা পতাকাৰ সন্মুখীন হয় মন্ত্ৰীগৰাকী।
  • আছু কৰ্মীসকলে বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে পৰিৱেশ।
  • উল্লেখ্য যে, গোৱালপাৰাত চলি থকা ৰাজ্যিক পশু পালন আৰু চিকিৎসা কৰ্মচাৰীসকলৰ অধিৱেশন আৰু জিলা পশু পালন আৰু চিকিৎসা বিষয়া কাৰ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰিবলৈ গৈছিল মন্ত্ৰী অতুল বৰা।