অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ সমষ্টিত বিজেপিৰ জয়।শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ দোপদৰ জিলা পৰিষদ দখল কৰিলে বিজেপিয়ে।বিজেপিৰ কল্পনা চাহু তাছা বিজয়ী।জিলা পৰিষদ সমষ্টিটোৰ ৩খন পঞ্চায়তো বিজেপিৰ দখলত।