অসম

ডিব্ৰুগড়ত বিজেপিৰ বিশেষ সাংগঠনিক সভা

asomiyapratidin
  • ডিব্ৰুগড়ত বিজেপিৰ বিশেষ সাংগঠনিক সভা।
  • সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,
  • লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টি ভিত্তিত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব এই বিশাল সাংগঠনিক সভা।
  • সভাত উপস্থিত থাকিব মহেন্দ্ৰ সিং, সাংসদ ৰামেশ্বৰ তেলী, প্ৰদান বৰুৱা আৰু কামাখ্যা প্ৰসাদ তাছাও।