- মঙলবাৰে অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ।
- বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙো মঙলবাৰে আহিব অসমলৈ ।
- নৱনিৰ্বাচিত বিধায়ক আৰু মিত্ৰজোঁটৰ বিধায়ক সকলৰ মতামত সংগ্ৰহ কৰি বিজেপিৰ সংসদীয় পৰিষদক জমা দিব প্ৰতিবেদন ।
- মতামন সংগ্ৰহ কৰি দুয়োজন কেন্দ্ৰীয় পৰ্যবেক্ষকে উভতি যাব নতুন দিল্লীলৈ ।
- তাৰ পিছতে ঘোষণা কৰা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ।