অসম

মঙলবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হ’ব কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক

asomiyapratidin
  • মঙলবাৰে NIAৰ আদালতত হাজিৰ কৰোৱা হ'ব কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক।
  • চানমাৰিৰ NIAৰ আদালতত তেওঁলোকক হাজিৰ কৰোৱা হ'ব।
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে ২ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল।
  • মঙলবাৰে দুয়োজন নেতাক দুপৰীয়াৰ ভাগত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে।