- দেওবাৰে বিশ্বনাথৰ জিনজিয়াত বন কৰ্মীৰ অভিযানত আটক দুৰ্ধৰ্ষ চোৰাং চিকাৰী।
- জিনজিয়া চেণ্টাৰৰ পৰা আটক ধৃত চোৰাংচিকাৰীটোক।
- ধৃত চোৰাংচিকাৰীটোৰ নাম মঃ আব্দুল বাৰেক বুলি জানিব পৰা গৈছে।
- ২০১৬ চনৰ গঁড় হত্যাৰ সৈতে জড়িত আছিল ধৃত চোৰাংচিকাৰীটো।
- চোৰাং চিকাৰীটোক বৰ্তমান জেৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে।