- সমগ্ৰ দেশজুৰি কোৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে লকডাউন।
- এই লকডাউনৰ সময়চোৱাত বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা।
- বিশ্বনাথ জিলাত গেলামাল দোকান আৰু গাখীৰৰ বিপনী সমূহ খোলাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছে।
- গেলামালৰ পাইকাৰি দোকান সমূহ প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ আৰু খুচুৰা দোকান সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকিব।
- গাখীৰৰ বিপনীসমূহ প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৯ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ খোলা ৰাখিব পাৰিব।