অসম

বিশ্বনাথত কোভিড ৱাৰ্ডত কাম কৰা এগৰাকী নাৰ্ছৰ দেহত কোৰোনা…

asomiyapratidin
  • বিশ্বনাথত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে এগৰাকী নাৰ্ছ৷
  • বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত কৰ্মৰত আছিল নাৰ্ছ গৰাকী ৷
  • ৭ দিন কোভিড ৱাৰ্ডত কাম পৰাৰ পাছত হোটেল ৰয়েল পেলেচত কোৱাৰেনটাইনত আছিল তেওঁঁ।
  • কোভিড-১৯ত আক্ৰান্ত নাৰ্ছগৰাকীৰ নাম অনামিকা বৰা।