অসম

বিশ্বনাথত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই শোকাৱহ দুৰ্ঘটনা…

asomiyapratidin
  • বিশ্বনাথত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই শোকাৱহ দুৰ্ঘটনা।
  • কদমনি গাৱৰ ৰাস্তাত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন যুৱকৰ।
  • মৃত যুৱকজন বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ ধনসিং বাওৰি(৩৪)।
  • এখন মটৰ চাইকেলত আহি থকা অৱস্হাত এই ঘটনা সংঘটিত হয়।