অসম

বিশ্বনাথত বন বিভাগৰ অভিযান পহু চিকাৰী বিৰুদ্ধে…

asomiyapratidin
  • বিশ্বনাথত বন বিভাগৰ অভিযান পহু চিকাৰী বিৰুদ্ধে ।
  • বিশ্বনাথ বন সংমণ্ডল কাৰ্যালয়ৰ এছিএফ বিষয়া বিশ্বজিৎ দাসৰ নেতৃত্বত অভিযান ।
  • আজি পূৱা বৰগাং বনাঞ্চলিক কাৰ্যালয় অধিনৰ বিহমাৰী বন গাঁৱত হৰিণাৰ মাংসসহ আটক কৰে তিনি দুৰ্ধৰ্ষ পহু চিকাৰী ।
  • আটকধীন চিকাৰী কেইজন ক্ৰমে ,ধনীৰাম ইংতি, অমল ইংতি, আৰু অমল ৰংহাং বুলি জানিব পৰা গৈছে। পহু চিকাৰী কেইজন বিহালী সমষ্টিৰ বিহমাৰী বনগাঁৱৰ বুলি জানিব পৰা গৈছে।