অসম

বিশ্বনাথত চাঞ্চল্য! শুই থকা মাতৃৰ কাষৰ পৰা শিশু চুৰিৰ চেষ্টা

Asomiya Pratidin
  • বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত শিশু চুৰিৰ চেষ্টা।

  • নিৰ্মল মাঝি নামৰ লোকজনক হাতে-লোটে আটক।

  • শুই থকা মাতৃৰ কাষৰ পৰা শিশুটিক চুৰিৰ চেষ্টা।

  • কোঠাটোত উপস্থিত থকা আন লোকৰ তৎপৰতাত উদ্ধাৰ শিশুটিক।

  • নিৰ্মল মাঝিৰ লগত আছিল আৰু দুজন লোক।

  • হাস্পতালত হোৱা হুৱাদুৱাৰ পিছতে লোক দুজনৰ পলায়ন।