- বিশ্বনাথৰ মুখৰগড় চাহ বাগিচাত অঘটন।
- বাগিচাখনৰ সমীপৰ ঘিলাধাৰী নৈত নাও দুৰ্ঘটনা।
- নদী পাৰ হ'বলৈ লওঁতেই সংঘটিত এই দুৰ্ঘটনা।
- ৪ গৰাকী মহিলাক জীৱন্তে উদ্ধাৰ, দুগৰাকী সন্ধানহীন।
- সন্ধানহীন জ্যোতি চাহু, দীপাঞ্জলী কেওট।
- উদ্ধাৰ কৰা মহিলাকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি।