অসম

বিশ্বনাথৰ ১৩ জিলা পৰিষদত বিজেপিৰ জয়

asomiyapratidin
  • বিশ্বনাথ জিলাত আগবাঢ়ি আছে বিজেপি।
  • জিলাখনৰ চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত বিজেপিৰ জয়লাভ।
  • বিধানসভা সমষ্টি কেইটাৰ অন্তৰ্গত ১৩খন জিলা পৰিষদতেই বিজেপিৰ জয়।