অসম

হঠাৎ অসুস্থ শিল্পী বিপিন চাউদাং, ভৰ্তি কৰা হৈছে হাস্পতালত…

asomiyapratidin
  • হঠাৎ অসুস্থ জনপ্ৰিয় শিল্পী বিপিন চাউদাং।
  • মৰাণৰ এখন হাস্পতালত তেওঁক ভৰ্তি কৰা হৈছে।
  • চিকিৎসকৰ এটা দলে তেখেতৰ চিকিৎসা কৰি আছে।
  • গুৱাহাটীৰ পৰা তেওঁ ঘৰলৈ গৈছিল।
  • ঘৰ পোৱাৰ পিছতে তেওঁ অসুস্থ হৈ পৰে।
  • উল্লেখ্য যে, মৰাণৰ খুমটাই কমাৰ প্ৰাৰ্থমিক চিকিৎসালয়ত তেওঁক ভৰ্তি কৰা হৈছে।
  • শিল্পীগৰাকী দুৰ্বল হোৱা বুলি জানিবলৈ পোৱা গৈছে।
  • শীঘ্ৰে সুস্থ হোৱাৰ আশা শুভাকাংক্ষীৰ।