বিলাসীপাৰা সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল-
মুঠ জিলা পৰিষদৰ সংখ্যা- ৭
- বিজেপিয়ে লাভ কৰেঃ ০
- কংগ্ৰেছে লাভ কৰেঃ ৬
- এআইইউডিএফে লাভ কৰেঃ ১
পঞ্চায়ত সভাপতি পদৰ মুঠ সংখ্যা- ৪৩
- কংগ্ৰেছে লাভ কৰেঃ ২৪
- বিজেপিয়ে লাভ কৰেঃ ৫
- অগপই লাভ কৰেঃ ১
- এআইইউডিএফে লাভ কৰেঃ ৪
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৯
আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৪৩
- কংগ্ৰেছে লাভ কৰেঃ ২১
- বিজেপিয়ে লাভ কৰেঃ ১০
- এ আই ইউ ডি এফে লাভ কৰেঃ ৭
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৫
গাঁও পঞ্চায়ত সদস্যৰ মুঠ সংখ্যা- ৪১৮
- কংগ্ৰেছে লাভ কৰেঃ ১৭৬
- বিজেপিয়ে লাভ কৰেঃ ৮৪
- অগপই লাভ কৰেঃ ১৩
- এআইইউডিএফে লাভ কৰেঃ ৪৯
- বিপিএফে লাভ কৰেঃ ১
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰেঃ ৯৫
(বিলাসীপাৰা সদৰৰ পঞ্চায়ত নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ১২গৰাকী প্ৰাৰ্থী। ইয়াৰে ৮গৰাকী কংগ্ৰেছ আৰু ৪গৰাকী বিজেপি।)