অসম

নগাঁৱৰ ৰূপহীহাটত বাইক চোৰ আটক

asomiyapratidin
  • শনিবাৰে নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ বাইক চোৰ।
  • চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ জালত পৰিল ছৰিফুল ইছলাম নামৰ চোৰটো।
  • ৰূপহীহাট দৈনিক বজাৰত হাতে-লোটে কৰায়ত্ত চোৰটোক।
  • চিভিল গে'টৰ পৰা ধৃত ছৰিফুলে চুৰি কৰিছিল এখন বাইক।