অসম

জংঘলৰ মাজৰ পৰা উদ্ধাৰ নৰ কংকাল

Asomiya Pratidin
  • বিজনীৰ দহলাপাৰাত নৰ কংকাল উদ্ধাৰ।

  • দুলনী নৈৰ পাৰৰ জংঘলত উদ্ধাৰ নৰ কংকালটো।

  • কংকালটো বিজনীৰ আমগুৰিৰ কালোৱা হৰিজনৰ বুলি চিনাক্ত।

  • ৩ মাহ ধৰি সন্ধানহীন হৈ আছিল লোকজন।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।

  • তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।