অসম

বিজেপিত যোগদান কৰিব ভূৱন পেগুৱে…

asomiyapratidin
  • শীঘ্ৰে বিজেপিত যোগদান কৰিব জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে।
  • দুই এদিনতে বিজেপিত যোগদান কৰিব গণশক্তিৰ বিধায়কজনে।
  • বিজেপি প্ৰাৰ্থীৰূপে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদন্দ্বিতাও কৰিব তেওঁ।
  • চিলাপথাৰত এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।