গুৱাহাটীৰ ভৰলুমুখত জব্দ বৃহৎ পৰিমাণৰ কেৰাচিন।অসামৰিক যোগান বিভাগে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে কেৰাচিনখিনি।প্ৰায় ১,০৫০ লিটাৰ কেৰাচিন জব্দ কৰে এখন মেক্স গাড়ীৰ পৰা।গাড়ীচালক আৰু হেণ্ডিমেনক আটক আৰক্ষীৰ।