অসম

জি এম চি এইছৰ কোভিড ৱাৰ্ডত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত…

asomiyapratidin

ডিজিটেল ডেস্কঃ জি এম চি এইছৰ কোভিড ৱাৰ্ডত ভৰ্তি হ'ল আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। সোমবাৰে তেওঁৰ দেহত ধৰা পৰিছিল কোভিড-১৯। জ্বৰ আৰু কাহত আক্ৰান্ত হৈছিল আৰক্ষীৰ সঞ্চালকপ্ৰধনগৰাকী। তেওঁৰ লগতে চালকৰ দেহতো ধৰা পৰে কোভিড-১৯