- ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু।
- পুৱতি নিশা চিকিৎসালয়ত মৃত্যু হয় শিক্ষাবিদজনৰ।
- ধেমাজি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আছিল পেগু।
- শিক্ষা ক্ষেত্ৰৰ লগতে আছিল সাহিত্য ক্ষেত্ৰতো যথেষ্ট বৰঙণি।
- তেখেতৰ এখন উল্লেখযোগ্য উপন্যাস আছিল 'জীয়াধলৰ চকুলো মচিব কোনে'।
- শিক্ষাবিদজনৰ মৃত্যুত দল-সংগঠনৰ শোক ব্যক্ত।