অসম

বেলতলা ব’হাগী উৎসৱ বাতিল

asomiyapratidin
  • বেলতলা ব'হাগী উৎসৱ বাতিল।
  • কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ বাবে এই ঘোষণা আয়োজক সমিতিৰ।
  • ২৩, ২৪ আৰু ২৫ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যুসূচীৰে হ'বলগীয়া আছিল এই অনুষ্ঠান।
  • অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল জুবিন, পাপন আৰু শংকুৰাজে।
  • নিশা ১১ বজাৰ ভিতৰত অনুষ্ঠান সামৰা অসম্ভৱ বুলি উল্লেখ কৰে আয়োজক সমিতিয়ে।