বেজেৰা জিলা পৰিষদৰ অন্তৰ্ভুক্ত বেজেৰা পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ অগ্রগতি।বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী ভৱানী ডেকা ৩৭৭১ ভোটত আগবাঢ়ি আছে।ইফালে, ৪১৪১ ভোটত আগবাঢ়ি আছে কাউন্সিলাৰ পদৰ প্ৰাৰ্থী জ্যোতি কুমাৰ।