অসম

মহানগৰীত অবৈধভাৱে গো-মাংস বিক্ৰী কৰা দুজনক আটক...

Asomiya Pratidin
  • মহানগৰীৰ পাঞ্জাবাৰীত অবৈধভাৱে গো-মাংস বিক্রী।

  • ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰে আৰক্ষীয়ে।

  • ধৃতদ্বয় পিতা-পুত্র আব্দুল ছালাম, মহিদুল ছালাম।

  • দীৰ্ঘদিন ধৰি পিতা-পুত্রই গোপনে চলাই আহিছিল এই ব্যৱসায়।

  • আৰক্ষীয়ে জব্দ কৰে ৰান্ধি থকা ১৩ কেজি গো-মাংস।