অসম

মহানগৰীৰ বশিষ্ঠত বন্যহস্তীৰ সন্ত্ৰাস

asomiyapratidin
  • মহানগৰীৰ বশিষ্ঠত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস।
  • সোমবাৰে নিশাও সন্ত্ৰাস চলাই বন্যহস্তীয়ে।
  • বৈকুণ্ঠপুৰ আৰু ইন্দিৰা নগৰত উপদ্ৰৱ এটা হাতীৰ।
  • ৫ ঘণ্টা ধৰি অঞ্চলটোত সন্ত্ৰাস হাতীটোৰ।
  • বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ।
  • হাতীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ।
  • বন সুৰক্ষা বাহিনীৰ ভূমিকাত ক্ষুব্ধ ৰাইজ।