ভাড়াতীয়া পৰিয়ালক ঘৰৰগৰাকীসহ ২০ জনীয়া দলৰ আক্ৰমণ...
ভাড়াতীয়া পৰিয়ালক ঘৰৰগৰাকীসহ ২০ জনীয়া দলৰ আক্ৰমণ... 
বৰপেটা

ভাড়াতীয়া পৰিয়ালক ঘৰৰ গৰাকীসহ ২০ জনীয়া দলৰ আক্ৰমণ...

Asomiya Pratidin
  • পাঠশালাত এটা ভাড়াতীয়া পৰিয়ালক আক্রমণ।

  • ঘৰৰ গৰাকীয়ে আক্ৰমণ কৰিলে ভাড়াতীয়া পৰিয়ালটোক।

  • দুটি কণমানিসহ পৰিয়ালটোক চোকা অস্ত্রৰে আক্রমণৰ অভিযোগ।

  • আক্রমণৰ অভিযোগ ঘৰৰ গৰাকী কিশোৰ বৰ্মনসহ ২০জনৰ বিৰুদ্ধে।

  • নিচাসক্ত অৱস্থাত পৰিয়ালটোক আক্রমণ কৰাৰ অভিযোগ।

  • পৰিয়ালৰটোৰ দ্বীপেন দাসসহ পত্নী, ভাগিনী আৰু দুই কন্যাক আক্রমণ।

  • অভিযোগ অনুসৰি বাসগৃহটোত প্রায়ে চলে সুৰা আৰু ভাঙৰ আড্ডা।

  • নিশাই আঘাতপ্রাপ্ত পৰিয়ালটোক চিকিৎসালয়লৈ লৈ যায় আৰক্ষীয়ে।