বৰপেটা সদৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ
- বিজেপিয়ে লাভ কৰিছেঃ ৩
- কংগ্ৰেছে লাভ কৰিছেঃ ২০
- অগপই লাভ কৰিছেঃ ০
- এআইইউডিএফে লাভ কৰিছেঃ ০
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ১
পঞ্চায়ত সভাপতিৰ মুঠ সংখ্যাঃ ১০২
- বিজেপিয়ে লাভ কৰিছেঃ ১৩
- কংগ্ৰেছে লাভ কৰিছেঃ ৬৫
- অগপই লাভ কৰিছেঃ ১
- এআইইউডিএফে লাভ কৰিছেঃ ১৩
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ৯
- চিপিআই (এম)য়ে লাভ কৰিছেঃ ১
আঞ্চলিক পঞ্চায়ত সদস্যৰ সংখ্যাঃ ১০২
- বিজেপিয়ে লাভ কৰিছেঃ ১২
- কংগ্ৰেছে লাভ কৰিছেঃ ৬৯
- অগপই লাভ কৰিছেঃ ৪
- এআইইউডিএফে লাভ কৰিছেঃ ১১
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ৬
ৱাৰ্ড/পঞ্চায়ত সদস্যৰ মুঠ সংখ্যাঃ ১০২০
- বিজেপিয়ে লাভ কৰিছেঃ ১৬৩
- কংগ্ৰেছে লাভ কৰিছেঃ ৪৯৬
- অগপই লাভ কৰিছেঃ ৬৮
- এআইইউডিএফে লাভ কৰিছেঃ ১১৮
- অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ১৫০
- চিপিআই (এম)য়ে লাভ কৰিছেঃ ১৬
- বিপিএফে লাভ কৰিছেঃ ৫