অসম

এজাক বৰষুণতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত খহি পৰিল ফল্ছ চিলিং

asomiyapratidin
  • বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ ফোপোলা স্বৰূপ।
  • নিশা অহা এজাক বৰষুণে বুৰাই পেলালে চিকিৎসালয় চৌহদ।
  • বৰষুণৰ ফলত খহি পৰিল ফল্ছ চিলিং।
  • কেবাঠাইতো খহিল চিকিৎসালয়খনৰ চিলিং।
  • দ্বিতীয় মহলাত এনেদৰে খহি পৰিল চিলিং।