অসম

বৰপেটাৰ হাবি ৰাধাকুছিত এটা ডকাইতক গ্ৰেপ্তাৰ

asomiyapratidin
  • বৰপেটাৰ হাবি ৰাধাকুছিত এটা ডকাইত গ্ৰেপ্তাৰ।
  • মাৰণাস্ত্ৰসহ ডকাইতটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • ডকাইতটোৰ পৰা জব্দ কৰে এটা ৰিভলভাৰ আৰু ৫জাঁই গুলী।
  • ধৃত দুৰ্ধৰ্ষ ডকাইতটোৰ নাম লিয়াকত্‍ আলী।