- বৰপেটাৰ হাউলীৰ দত্তকুছিত সন্ধানহীন দুটি শিশু।
- ৰাফিজুল হক আৰু আব্দুল ৰহমান নামৰ শিশু দুটি যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে ।
- শিশু দুটি পল্লা নদীত উটি যোৱাৰ সন্দেহ ৰাইজৰ।
- মঙলবাৰে পল্লা নদীৰ পৰাত খেলি থকা অৱস্থাত শিশু দুটিক প্ৰত্যক্ষ কৰিছিল একাংশ লোকে।
- শিশু দুটিৰ সন্ধানত পল্লা নদীত অভিযান এছ ডি আৰ এফৰ।