অসম

বঢ়মুৰত তাচপাতৰ দৰে খহিছে অগপ, উৰিছে বিজেপিৰ জয়ধ্বজা

asomiyapratidin

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ গৃহ সমষ্টি বঢ়মপুৰত তাচপাতৰ দৰে খহিছে অগপ। বহুকেইখন
গাঁও পঞ্চায়ত দখল কৰিলে বিজেপিয়ে।

গাঁও পঞ্চায়তৰ সভাপতি-

  • বিজেপি- ৮
  • অগপ- ৬
  • কংগ্ৰেছ- ৪

আঞ্চলিক পঞ্চায়তৰ সদস্য-

  • বিজেপি-৯
  • অগপ -৫
  • কংগ্ৰেছ ৪