অসম

বঙাইগাঁৱৰ ৰাখালডুবিত বাইকসহ পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ…

asomiyapratidin
  • বঙাইগাঁৱৰ ৰাখালডুবিত এজন লোকৰ মৃতদেহ উদ্ধাৰ।
  • বাইকসহ পথৰ দাঁতিত উদ্ধাৰ লোকজনৰ মৃতদেহ।
  • অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰাৰ সন্দেহ একাংশৰ।
  • মৃত লোকজনৰ নাম অসীম দাস।
  • বৰপেটাৰ পৰা বঙাইগাঁৱলৈ গৈ থকাৰ পথতে সংঘটিত হয় এই ঘটনা।