bandordewa
bandordewa 
অসম

বান্দৰদেৱাৰ মধুপুৰত অগ্নিকাণ্ড, জুইত জাহ গ'ল বাসগৃহ...

Asomiya Pratidin
  • বান্দৰদেৱাৰ সমীপৰ মধুপুৰত অগ্নিকাণ্ডৰ ঘটনা।

  • মুনিন্দ্ৰ শইকীয়া নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি সাধন হয়।

  • অদ্যপি জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

  • স্থানীয় ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই।