অসম

বাক্সাৰ শালবাৰীত মৃতদেহ উদ্ধাৰ…

asomiyapratidin
  • বাক্সাৰ শালবাৰীত উদ্ধাৰ মৃতদেহ।
  • শালবাৰীৰ হৰিপুৰৰ পথাৰৰ মাজত উদ্ধাৰ মৃতদেহটো।
  • মৃতদেহটো হৰিপুৰ গাঁৱৰে হৰেণ স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে।
  • পথাৰৰ পানীত পৰি লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ পৰিয়ালৰ।