বাক্সাত দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে ই-ৰিক্সা
বাক্সাত দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে ই-ৰিক্সা road accident
অসম

বাক্সাত দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে ই-ৰিক্সা

Asomiya Pratidin
  • বাক্সাৰ শালবাৰীৰ জামতলত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে ই-ৰিক্সা।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ই-ৰিক্সাৰ ৫জন যাত্রী।

  • স্থানীয় লোকৰ তৎপৰতাত আহতসকলক চিকিৎসালয়লৈ প্রেৰণ।

  • দুৰ্ঘটনা সংঘটিত কৰি বাহন এৰি পলায়ন ডাম্পাৰ চালকৰ।