বাক্সাৰ কুমাৰীকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ' পিকআপ বাহনে মহটিয়ালে চাইকেল আৰোহীক। দুৰ্ঘটনাটোত থিতাতে নিহত চাইকেল আৰোহী মনেশ্বৰ শৰণীয়া ৷ ঘৰলৈ চাইকেলেৰে ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা। ভূটানৰ পৰা ৰঙিয়া অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বলেৰ' পিকআপ বাহনখন।