অসম

বাকাইটাৰীত বন্যহস্তীৰ আক্ৰমণত এজন নিহত

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত বাকাইটাৰীত মঙলবাৰে পুৱতি নিশা বন্যহস্তীৰ দল এটাই প্ৰৱেশ কৰি তাণ্ডব চলায়। বন্যহস্তীৰ আক্ৰমণত টিকেন চন্দ্ৰ নাথ নামৰ এজন লোক নিহত হয়।