road accident
road accident
অসম

চলন্ত ট্ৰাকত খুন্দা, থিতাতে নিহত এজন...

Asomiya Pratidin
  • বৃহস্পতিবাৰে বজালীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বজালীৰ ভৱানীপুৰ চৌধুৰীপাৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

  • দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন লোক।

  • নিহত লোকজন উত্তৰ প্রদেশৰ ৰাজেশ প্রজাপতি

  • গৈ থকা ট্রাকত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।