বজালীৰ ভবানীপুৰ সমষ্টিৰ অ'জাসস্ত্রত অবাঞ্চিত ঘটনা।ৰাজপথৰ কাষত অচিনাক্ত দুৰ্বৃত্তই পেলাই থৈ গ'ল গৰুৰ মূৰ।এঘৰ পৰিয়ালৰ চোতালত গো মাংসও দলিয়াই থৈ যায়।ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি চেপা উত্তেজনা।ঘটনাস্থলীত উপস্থিত বজালী জিলা আৰক্ষী অধীক্ষকৰ বৃহৎ দল।