অসম

ড০ হীৰেন গোহাঁই, অখিল গগৈ, মনজিৎ মহন্তৰ জামিন মঞ্জুৰ!

asomiyapratidin
  • ড০ হীৰেন গোহাঁই আৰু অখিল গগৈৰ অন্তবৰ্তীকালীন জামিন মঞ্জুৰ।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিলে জামিন মঞ্জুৰ।
  • ২২ জানুৱাৰীলৈকে এই অন্তবৰ্তীকালীন জামিন৷
  • পূৰ্ণাংগ জামিন মঞ্জুৰ হৈছে মনজিৎ মহন্তৰো৷
  • যুক্তি প্ৰদৰ্শন কৰে জেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, হাফিজ ৰছিদ আহমদ চৌধুৰী আৰু শান্তনু বৰঠাকুৰে৷
  • এইচ কে শৰ্মা বিচাৰপীঠে মঞ্জুৰ কৰে জামিন আবেদন৷
  • ২২ জানুৱাৰীত আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ৷