অসম

বাইহাটা চাৰিআলিত আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ, নিবাৰণ শাখাৰ অভিযান…

asomiyapratidin
  • বাইহাটা চাৰিআলিত আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ, নিবাৰণ শাখাৰ অভিযান।
  • নাইনা মাৰুটি ৱৰ্কশ্বপ নামৰ গেৰেজটোত অভিযান।
  • বিপুল আহমেদ নামৰ এজন লোকৰ গোচৰৰ ভিত্তিত এই অভিযান।
  • গেৰেজৰ স্বত্ত্বাধিকাৰীয়ে বিপুলক দাবী কৰিছিল ধন।
  • বিপুলক এটা অভিযোগৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত ধন দাবী কৰাৰ অভিযোগ।